ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ অকলশৰীয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

অকলশৰীয়া   বিশেষ্য

ଅର୍ଥ : অকলে থকা বা মানুহৰ সৈতে মিলামিছা নকৰা ব্যক্তি

ଉଦାହରଣ : তেওঁ অকলশৰীয়া

ଅର୍ଥ : অকলে হোৱা দশা বা ভাৱ

ଉଦାହରଣ : মোৰ মন অকলশৰীয়া ভাৱেৰে ভৰি পৰিছে

ସମକକ୍ଷ : শূন্যতা

অকলশৰীয়া   বিশেষণ

ଅର୍ଥ : নিজান ঠাইত থকা বা বসবাস কৰোতা

ଉଦାହରଣ : অকলশৰীয়া ঋষিজনৰ কুটিৰটো সেই পাহাৰটোত আছে

ସମକକ୍ଷ : একাকিন

ଅର୍ଥ : যাৰ লগত কোনো নাই বা নাথাকে

ଉଦାହରଣ : তেওঁ অকলশৰীয়া জীৱন কটাই আছে

ସମକକ୍ଷ : অকলকতীয়া, একাকী, নিমূৰ-মূৰা, নিসংগ

ଅର୍ଥ : বেলেগৰ পৰা অকলে থকা

ଉଦାହରଣ : তেওঁ ভীৰতো অকলশৰীয়া আছিল

ସମକକ୍ଷ : নিসংগ