ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
ଉଦାହରଣ : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
ସମକକ୍ଷ : অঙ্গহীন, বিকলাংগ, বিকলাঙ্গ
ଅର୍ଥ : যাৰ কোনো অংগ নাই
ଉଦାହରଣ : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
ସମକକ୍ଷ : অপাংগ, অপাঙ্গ, পংগু, পঙ্গু, পেঙুৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ