ଅର୍ଥ : শৰীৰৰ বিভিন্ন ভাগ, যি কোনো বিশেষ কার্য ্ সম্পাদন কৰা
ଉଦାହରଣ :
অংগবোৰ লগ লাগি শৰীৰ গঠন হয়
ସମକକ୍ଷ : অৱয়ব, দেহৰ অংগ, শাৰীৰিক অংগ
ଅର୍ଥ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
ଉଦାହରଣ :
এই সংস্থাৰ পাঁচটা অংগ আছে
ସମକକ୍ଷ : শাখা