ଅର୍ଥ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
ଉଦାହରଣ :
খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
ସମକକ୍ଷ : সংখ্যা
ଅର୍ଥ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
ଉଦାହରଣ :
ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
ସମକକ୍ଷ : অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত, গণিত শাস্ত্র, গণিতশাস্ত্র
ଅର୍ଥ : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়
ଉଦାହରଣ :
তেওঁ গণিতত বৰ চোকা
ସମକକ୍ଷ : অংক শাস্ত্র, গণিত, গণিত শাস্ত্র