ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বিষয়, বস্তু আদি এইদৰে লিখা বা বর্ণ্্না কৰা যাৰদ্বাৰা তাৰ প্রতিচ্ছবি চকুৰ সন্মুখত ভাহি আহে
ଉଦାହରଣ : সুৰদাসে ভ্রমৰ গীতত বিৰহিনী গোপীৰ মনোৰম চিত্র অংকন কৰিছে
ସମକକ୍ଷ : অংকন কৰা, অঙ্কন কৰা
ଅର୍ଥ : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা
ଉଦାହରଣ : তেওঁ ঘৰৰ ্নক্সা আঁকিছে
ସମକକ୍ଷ : টনা
ଅର୍ଥ : তপত লোহা, এছিড বা ঔষধ আদিৰে কোনো অংগত এনেদৰে জ্বলোৱা যাৰফলত সেই ঠাইখিনিত দাগ বহি যায়
ଉଦାହରଣ : কিছুমান লোকে যন্ত্রনা দূৰ কৰিবৰ কাৰণেও শৰীৰত দাগ লগায়
ସମକକ୍ଷ : চিন লগোৱা, দাগ লগোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ