सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উদ্ভিদ আদিৰ ৰোপন কার্য
उदाहरणे : মালীয়ে টাবত গোলাপৰ কলম লগালে
समानार्थी : লগোৱা
अर्थ : কোনো কথাৰ সূত্রপাত ঘটোৱা
उदाहरणे : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
समानार्थी : ৰোৱা
अर्थ : ৰোপন কৰাৰ কাম হোৱা
उदाहरणे : পথাৰত ৰোপন কৰা হৈছে
अर्थ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
उदाहरणे : খেতিয়কে খেতিপথাৰত ধান ৰুইছে
स्थापित करा