सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ
उदाहरणे : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে
समानार्थी : অংক
अर्थ : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
उदाहरणे : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
समानार्थी : অংক, খণ্ড, নম্বৰ
अर्थ : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট
उदाहरणे : এক কোটি বহুত ডাঙৰ সংখ্যা
समानार्थी : অংক, অঙ্ক, ৰাশি
अर्थ : সংখ্যাৰ চিহ্ন
उदाहरणे : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক
समानार्थी : অংক, অঙ্ক
अर्थ : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা
उदाहरणे : আহতৰ সংখ্যা বহুত বেছি
स्थापित करा