सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
उदाहरणे : এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
समानार्थी : ক্লাছ
अर्थ : পঢ়া-শুনাৰ ক্ষেত্রত তলৰ আৰু ওপৰৰ স্তৰ
उदाहरणे : তুমি কোন শ্রেণীত পঢ়া ?
समानार्थी : কক্ষা, ক্লাছ, মহলা
अर्थ : সামান্য ধর্ম ্অথবা স্বৰূপ নি্র্ণয়ৰ বাবে কৰা পদার্থ আদিৰ সমূহ
उदाहरणे : অর্থৰ ্আধাৰত এই শ্্ব্দবোৰক তিনিটা শ্রেণীত ভগাব পাৰি
समानार्थी : সমুদায়, ্বর্গ
अर्थ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ
उदाहरणे : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল
समानार्थी : গোট, বর্গ
अर्थ : কোনো কোঠাত উপস্থিত লোক
उदाहरणे : তেওঁৰ ্কথা শুনি সমগ্র কোঠাটোত হাঁহিৰ ৰোল উঠিল
समानार्थी : কোঠা
स्थापित करा