सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : তেল বা কুঁহিয়াৰ পেৰা যন্ত্র
उदाहरणे : খেতিয়কে শালত কুঁহিয়াৰ পেৰি আছে
समानार्थी : ???
अर्थ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
उदाहरणे : শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
समानार्थी : শাল গছ
अर्थ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
उदाहरणे : কমাৰে শালত কেৰাহীখন থৈ পিটি আছে
अर्थ : শালিবলৈ ব্যৱহৃত কাঠৰ বা বাঁহৰ খিলি
उदाहरणे : ৰাতিৰ আন্ধাৰত তেওঁ ্শালত খুন্দা মাৰিলে
समानार्थी : কীলক, স্থানু
स्थापित करा