सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাক লোভ দেখুৱাই নিজৰ ফলীয়া কৰা কোনো কথা বা কাম
उदाहरणे : কান্দি থকা শিশুটোক প্রলোভন জৰিয়তে সহজে শান্ত কৰিব পৰা যায়
समानार्थी : প্রলোভন
अर्थ : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
उदाहरणे : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
समानार्थी : প্রলোভ, মোহ, লালচ, লিপ্সা, লোভ
अर्थ : প্রবল অভিলাষ বা তীব্র ইচ্ছা
उदाहरणे : মানুহৰ উৰাৰ প্রতি থকা লালসাৰ কাৰণেই উৰা জাহাজৰ আৱিষ্কাৰ হৈছিল
स्थापित करा