सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
उदाहरणे : তেওঁ এজন ্ সাহসী সৈনিক
समानार्थी : চিপাহী, জোৱান, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
अर्थ : যিজনে যুদ্ধ কৰে
उदाहरणे : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
समानार्थी : যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা, সংগ্রামী, ৰণুৱা
अर्थ : যুদ্ধত কাম অহা
उदाहरणे : ভাৰতে ৰুছ দেশৰ পৰা চাৰিখন যুঁ্জাৰু বিমান ক্রয় কৰিলে
अर्थ : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
उदाहरणे : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
समानार्थी : যুঁজন্ত্া, যুঁজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা
स्थापित करा