सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
उदाहरणे : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
समानार्थी : জুইশলা, দিয়াচলাই, মেচ বক্স
अर्थ : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
उदाहरणे : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
समानार्थी : মেৰ
अर्थ : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
उदाहरणे : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
स्थापित करा