सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো আৱশ্যক হয়
उदाहरणे : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
समानार्थी : প্রধান, মূল
अर्थ : সংগীতত স্বৰগ্রামৰ বা তাৰ লগত সম্বন্ধ থকা
उदाहरणे : বাদকে মুখ্য ছাবিটো হেচি দিলে মুখ্য স্বৰগ্রাম
समानार्थी : মেজৰ
अर्थ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
उदाहरणे : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
समानार्थी : প্রধান
अर्थ : যি কোনো ক্ষেত্রৰ প্রধান
उदाहरणे : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
समानार्थी : অগ্রগণ্য, অগ্রণী, প্রধান, প্রমুখ, শ্রেষ্ঠ
अर्थ : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
उदाहरणे : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
समानार्थी : প্রধান, প্রাথমিক
स्थापित करा