सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি
उदाहरणे : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল
अर्थ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে
उदाहरणे : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল
समानार्थी : অধিপতি, গৰাকী, স্বামী
अर्थ : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম
उदाहरणे : ঈশ্বৰ আৰু আল্লা একেই
समानार्थी : আল্লা, আল্লাহ, খুদা
अर्थ : ঘৰৰ মূল মানুহ
उदाहरणे : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে
समानार्थी : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী
स्थापित करा