सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
उदाहरणे : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
समानार्थी : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি
अर्थ : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
उदाहरणे : সাধুসকল মোহত নপৰে
समानार्थी : মোহ
अर्थ : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা
उदाहरणे : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল
समानार्थी : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ
अर्थ : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম
उदाहरणे : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়
स्थापित करा