सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
उदाहरणे : প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
समानार्थी : প্রশান্ত মহাসাগৰ
अर्थ : যি উদ্বিগ্ন নহয়
उदाहरणे : মোহনৰ জীৱন নিৰুদ্বিগ্ন
समानार्थी : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, শান্ত
अर्थ : যাৰ চিত্ত স্থিৰ
उदाहरणे : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
समानार्थी : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত
स्थापित करा