ডোম জ্বৰ (বিশেষ্য)
দুদিনৰ মূৰত এদিন উঠা জ্বৰ
কুৰুৱা বতাহ (বিশেষ্য)
পূবৰ পৰা বৈ অহা বতাহ
ক্রোধযুক্ত (বিশেষণ)
যাৰ খং উঠিছে
অন্ধতমস (বিশেষ্য)
চাৰিওফালে আন্ধাৰেৰে আৱৰি ধৰা কৃষ্ণপক্ষৰ ৰাতি
বীৰ (বিশেষ্য)
বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
বিষম সংখ্যা (বিশেষ্য)
যিটো সংখ্যা দুইৰে সমপূর্ণৰূপে বিভাজিত কৰিব পৰা নাযায়
পলকহীন (বিশেষণ)
এবাৰো পলক নমৰাকৈ
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
পদ্ম (বিশেষ্য)
সুন্দৰ ফুলৰ কাৰণে প্রসিদ্ধ পানীত উৎপন্ন হোৱা এবিধ উদ্ভিদ