सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কামত বা কথাত মানা কৰা
उदाहरणे : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
समानार्थी : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
अर्थ : স্বীকাৰ নকৰাৰ ভাব বা কার্য
उदाहरणे : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
समानार्थी : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা
अर्थ : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
उदाहरणे : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
समानार्थी : অস্বীকাৰ
अर्थ : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
उदाहरणे : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
समानार्थी : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত
अर्थ : যিয়ে সহমত পোৱা নাই
उदाहरणे : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
समानार्थी : অসন্মতি, অস্বীকৃত, সহমতহীন
स्थापित करा