सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
उदाहरणे : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
समानार्थी : প্রদেশ, প্রান্তৰ, ৰাজ্য
अर्थ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ
उदाहरणे : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব
समानार्थी : চৰকাৰ, ৰাষ্ট্র
अर्थ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ
उदाहरणे : চাৰিওফালে মিছাৰ ৰাজ্য
समानार्थी : সাম্রাজ্য, স্থলী, ৰাজ্য
अर्थ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ
उदाहरणे : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়
समानार्थी : ৰাষ্ট্র
अर्थ : কোনো দেশত বাস কৰা লোক
उदाहरणे : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল
अर्थ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি
उदाहरणे : ভাৰত মোৰ দেশ
समानार्थी : গৃহভূমি
स्थापित करा