पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দখল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দখল   বিশেষ্য

अर्थ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান

उदाहरणे : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে

समानार्थी : দক্ষতা

अर्थ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়

उदाहरणे : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে

समानार्थी : অধিকাৰ, স্বত্ব, হক

अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

उदाहरणे : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

समानार्थी : সামর্থ্য, হাত