सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু বা ব্যক্তি এখন ঠাইৰ পৰা গৈ অন্য ঠাইত পোৱা অৱস্থা
उदाहरणे : মই আপোনাৰ বস্তুবাহানিবোৰ যথাস্থানত থৈ আহিছো
समानार्थी : থৈ অহা
अर्थ : বেয়া হʼবলৈ নিদিয়া
उदाहरणे : আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
समानार्थी : ৰখা
अर्थ : কাৰোবাৰ লগত কোনো ঠাইলৈ পথত কোনো ধৰণৰ বিপদ নহʼবৰ কাৰণে যোৱা
उदाहरणे : মই হেৰোৱা লʼৰাটোক তাৰ ঘৰত থৈ আহিলোঁ
अर्थ : কোনো ঠাইত বা বস্তু আদিত থকা বস্তু আদিক কোনো অন্য ঠাই বা বস্তু আদিত
उदाहरणे : এই কলহটোৰ পানীখিনি আন এটা কলহত ঢালি দিয়া
समानार्थी : ঢলা, বকা, ৰখা
स्थापित करा