सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
उदाहरणे : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
समानार्थी : নোট
अर्थ : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
उदाहरणे : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
अर्थ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
उदाहरणे : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
समानार्थी : কপি কৰা, নকল কৰা, লিখা
स्थापित करा