सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
उदाहरणे : মোৰ তপিনাত বিষ হৈছে
समानार्थी : তপিনা
अर्थ : তাচৰ এখিলা পাত
उदाहरणे : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
समानार्थी : ইক্কা, টিক্কা, টেকা, টেক্কা
अर्थ : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
उदाहरणे : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
समानार्थी : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
अर्थ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
उदाहरणे : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
समानार्थी : চলা
स्थापित करा