सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
उदाहरणे : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
समानार्थी : জুম
अर्थ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
उदाहरणे : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
समानार्थी : পাল, সমুদায়, সমূহ
अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
समानार्थी : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
अर्थ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
उदाहरणे : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
समानार्थी : দল
स्थापित करा