अर्थ : যি কাপোৰত চাৰিচুকীয়া বর্গাকৃতিৰ ঘৰ থাকে
उदाहरणे :
ৰমেশে চেক থকা কাপোৰৰ এটা কুর্তা চিলালে
अर्थ : কোনো ব্যক্তিৰ হকে বেংকৰ নামত লিখা বিশেষ ধৰণৰ কাগজ যʼত কোনো ব্যক্তি বা প্রতিষ্ঠানৰ প্রতি দিয়া ধনৰ নির্দেশ ্থাকে
उदाहरणे :
সীমাই চেকখন ভাঙিবৰ কাৰণে বেংকলৈ গৈছে
समानार्थी : ধনাদেশ
अर्थ : দবাখেলত কোনো মোহৰা এনে ঠাইত ৰখা কাৰ্য যʼৰ পৰা ৰজাক প্রত্যাহ্বান জনোৱা হয়
उदाहरणे :
মই আপোনাৰ বাদশ্বাহক চেক দিছোঁ
समानार्थी : কিস্তিমাত