सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
उदाहरणे : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
समानार्थी : চিন, চিহ্ন, নিচান
अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
उदाहरणे : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
समानार्थी : শক্তি
अर्थ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল
उदाहरणे : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়
स्थापित करा