सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু হোৱা, বনোৱা বা ওলোৱা কার্য
उदाहरणे : ইউৰিয়া ৰাসায়নিক প্রক্রিয়াৰ দ্বাৰা তৈয়াৰ কৰা হয়
समानार्थी : পদ্ধতি, প্রক্রিয়া, প্রণালী
अर्थ : কোনো কার্য ্কৰা বা হোৱা বুজোৱা ব্যাকৰণৰ এক বিশেষ শ্্ব্দ
उदाहरणे : এই অধ্যায়টোত ক্রিয়া সম্পর্কে আলোচনা কৰা হৈছে
समानार्थी : ক্রিয়াপদ
अर्थ : কোনো কাম হোৱা বা কৰাৰ ভাব
उदाहरणे : গাখীৰৰ পৰা দৈ গাখীৰ হোৱাটো এক প্রকাৰৰ ৰাসায়নিক ক্রিয়া
समानार्थी : কার্য
स्थापित करा