सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিয়ে লাঞ্ছনা পাইছে বা যাৰ কলংক লাগিছে
उदाहरणे : মোহন এজন ব্যক্তি
समानार्थी : কলংকিত, দাগী, লাঞ্ছিত
अर्थ : যি ্ ধর্মানুসৰি পবিত্র নহয়
उदाहरणे : হিন্দুসকলে বিশ্বাস কৰে যে কোনো অপবিত্র স্থানত গংগাজল চটিয়াই দিলে সেই ঠাই পবিত্র হৈ যায়
समानार्थी : অপবিত্র, অপুণ্য, অপৱিত্র, অশুচি, অশুদ্ধ, দুষিত
अर्थ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
उदाहरणे : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
समानार्थी : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
स्थापित करा