पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উপস্থাপন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উপস্থাপন   বিশেষ্য

अर्थ : ছপা বা প্রচাৰ মাধ্যমৰ যোগেদি কোনো বিষয় বা খবৰ ৰাজহুৱাকৈ প্রকাশ কৰা কার্য

उदाहरणे : তেওঁ নিজৰ বিচাৰধাৰাৰ উপস্থাপন এই লেখাটোৰ জৰিয়তে কৰিছে মঞ্চত কবিসকলে নিজৰ ৰচনাৰাজি নিজস্ব ভঙ্গিমাৰে উপস্থাপন কৰিলে

अर्थ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

उदाहरणे : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

समानार्थी : নিৰূপণ, প্রতিপাদন, প্রমাণ কৰা