सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
उदाहरणे : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
समानार्थी : উৎকোচ
अर्थ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
उदाहरणे : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
समानार्थी : পাৰিতোষিক, ভেটি
अर्थ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
उदाहरणे : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়
स्थापित करा