सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি কাৰোবাৰ অধিকাৰ বা ক্্ব্জাত আছে
उदाहरणे : তেখেতে নিজৰ অধিকৃত সম্পত্তিবোৰ দান কৰিব বিচাৰে
अर्थ : যাৰ অধিগ্রহণ কৰা হৈছে
उदाहरणे : চৰকাৰে অধিগৃহীত মাটি পুনৰ ঘূৰাই দিবলৈ কʼলে
समानार्थी : অধিগৃহীত
अर्थ : যʼত বাস কৰা হয় বা যʼত কোনো থাকে
उदाहरणे : ভূমিকম্পত কেইবাটাও অধ্যুষিত বস্তি উছন হʼল
समानार्थी : অধিবাসী, অধ্যুষিত, আবাসিক, আৱাসিক, বসতিপূর্ণ
स्थापित करा