पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील সামর্থ্য शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

সামর্থ্য   বিশেষ্য

अर्थ : কিবা কৰিব পৰা শক্তি

उदाहरणे : তোৰ শকতি নো কিমান যে মই তোক দেখি ভয় খাম

समानार्थी : শকতি

अर्थ : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

उदाहरणे : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

समानार्थी : উপযুক্ততা, ক্ষমতা, যোগ্যতা

अर्थ : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

उदाहरणे : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

समानार्थी : ক্ষমতা, শক্তি

अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

उदाहरणे : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

समानार्थी : দখল, হাত