सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অসংগঠিত শক্তিসমূহক একগোট কৰাৰ উদ্দেশ্যে গঠন কৰা সংস্থা বিশেষ
उदाहरणे : ভাৰতবর্ষক বিদেশী শাসনৰ পৰা মুক্ত কৰিবৰ কাৰণে পৃথকে পৃথকে ভালেমান সংগঠন গঢ় দিয়া হৈছিল
अर्थ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
उदाहरणे : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে
समानार्थी : দল, মণ্ডল, মণ্ডলী
अर्थ : একেলগে কোনো কাম কৰা ব্যক্তিৰপ সমূহ
उदाहरणे : ৰাম এটা বেচৰকাৰী সংগঠনৰ সদস্য
समानार्थी : সংস্থা
स्थापित करा