सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গছ আদিৰ গা-গছৰ পৰা ইফালে-সিফালে ওলোৱা অংগ
उदाहरणे : লʼৰা-ছোৱালীবোৰে আমগছৰ ডালত ওলমি আছে
समानार्थी : ডাল, ডাল-পাত, ডালি, পল্লৱাধাৰ, বৃক্ষশাখা, শাখা-প্রশাখা
अर्थ : কোনো বর্গ ্বা সমষ্টিৰ যিটো ভাগ স্বয়ং সম্পূর্ণ হয়
उदाहरणे : এই সংস্থাৰ পাঁচটা অংগ আছে
समानार्थी : অংগ
अर्थ : কোনো বিষয় বা সিদ্ধান্তৰ বিষয়ে একেধৰণৰ মত পোষণ কৰা লোক বা শ্রেণী
उदाहरणे : জৈন ধর্মৰ অন্তর্গত ্দুটা শাখা আছে- দিগম্বৰ আৰু শ্বেতাম্বৰ
समानार्थी : সম্প্রদায়
स्थापित करा