सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো কাৰোবাৰ ওপৰত জাপি দিয়া হয়
उदाहरणे : মই এশ কিলোতকৈ অধিক বোজা উঠাব নোৱাৰোঁ
समानार्थी : ভাৰ
अर्थ : কোনো কামত নলগাকৈ কাৰোবাৰ তত্ত্বাৱধানত থকা অৱস্থা
उदाहरणे : কর্মহীন ব্যক্তি পৃথিৱীৰ বোজা স্বৰূপ
समानार्थी : বোজ, ভাৰ
अर्थ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
उदाहरणे : খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
अर्थ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
उदाहरणे : মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
स्थापित करा