सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ঠাইৰ মাজৰ খালী অংশ
उदाहरणे : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
समानार्थी : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র
अर्थ : ছেদ কৰা কার্য
उदाहरणे : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
समानार्थी : ছেদন
अर्थ : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
उदाहरणे : এই ঢোলকটো ফুটি থাকিল
समानार्थी : ফুটি থকা
अर्थ : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
उदाहरणे : কলহটো ফুটিল
समानार्थी : ভগ্ন হোৱা
अर्थ : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
उदाहरणे : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব
स्थापित करा