सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী
उदाहरणे : ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে
समानार्थी : ৰিবন
अर्थ : দূৰত্ব জোখা এক মাপক
उदाहरणे : তেওঁ ফিটাৰে পথটো জুখি আছে
समानार्थी : টেপ
अर्थ : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়
उदाहरणे : তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে
स्थापित करा