सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো ঘৰ, দল বা সমাজ আদিৰ মুখ্য ব্যক্তি
उदाहरणे : অটল বিহাৰী বাজপেয়ী বিজেপিৰ প্রধান আছিল
समानार्थी : অধিকাৰী, অধিপতি, গুৰি ধৰোতা, মুখিয়াল, মুৰব্বী, সর্বেসর্বা
अर्थ : যিটো আৱশ্যক হয়
उदाहरणे : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
समानार्थी : মুখ্য, মূল
अर्थ : বাক্য ৰচনাৰ দৃষ্টিত যি পূর্ণ হয় আৰু যʼত অতি কমেও এটা কর্তা আৰু এটা ক্রিয়া থাকে
उदाहरणे : যৌগিক বাক্যত এটা মুখ্য উপবাক্য থাকে
समानार्थी : মুখ্য
अर्थ : যি কোনো ক্ষেত্রৰ প্রধান
उदाहरणे : তেওঁ এই মণ্ডলৰ মুখ্য কার্যব্াহী
समानार्थी : অগ্রগণ্য, অগ্রণী, প্রমুখ, মুখ্য, শ্রেষ্ঠ
अर्थ : সকলোতকৈ অধিক গুৰুত্বপূর্ণ ্বা যাক গুৰুত্ব দিয়া হয়
उदाहरणे : মুখ্য তৰংগই গৌণ তৰংগতকৈ অধিক বেগেৰে গতি কৰে
समानार्थी : প্রাথমিক, মুখ্য
स्थापित करा