सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
उदाहरणे : সোমবাৰ সপ্তাহৰ প্রথম দিন
समानार्थी : অহ্ন, দিৱস, বাসৰ, বাৰ
अर्थ : নিশ্চিত বা উচিত সময়
उदाहरणे : আজি মোৰ লʼৰাটোৰ জন্ম দিন
समानार्थी : দিৱস
अर्थ : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
उदाहरणे : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
समानार्थी : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
अर्थ : ভাল সময়
उदाहरणे : সকলোৰে সুদিন আহে
समानार्थी : সুদিন
अर्थ : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
उदाहरणे : এদিনত আঠটা প্রহৰ থাকে
समानार्थी : তিথি, দিৱস
अर्थ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
उदाहरणे : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
अर्थ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
उदाहरणे : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
अर्थ : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
उदाहरणे : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
समानार्थी : কাল, যুগ
स्थापित करा