पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দর্শন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দর্শন   বিশেষ্য

अर्थ : দেখা কার্য

उदाहरणे : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

समानार्थी : অৱলোকন, চোৱা-, দৃষ্টিপাত, নেত্রপাত, বিলোকন, লক্ষ্য

अर्थ : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ

उदाहरणे : আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ

समानार्थी : দৰশন

अर्थ : দেখা অৱস্থা বা ভাব

उदाहरणे : এই বস্তুটো দেখনত ভাল

समानार्थी : অৱলোকন, চাৱনি, দেখন, ্চাৱন

अर्थ : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা

उदाहरणे : বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ

समानार्थी : ্তত্ত্বজ্ঞান

अर्थ : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ

उदाहरणे : কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই

समानार्थी : দৰশন