सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ডাঙৰ শ্্ব্দ কৰা কার্য
उदाहरणे : মেঘৰ গর্জন আৰু বিজুলীৰ চমকনিৰ সৈতে ভয়ংকৰ বৰষুণ দিছে
समानार्थी : গাজনি, ঢেৰেকনি
अर्थ : ভয় ভীত কৰোৱাৰ কাৰণে জোৰেৰে ডাঙৰকৈ কৰা শ্্ব্দ
उदाहरणे : ভীমৰ হুংকাৰ শুনি কৌৰৱ পক্ষ সন্ত্রস্ত হৈ পৰিল
समानार्थी : হুংকাৰ
अर्थ : কোনো হিংস্র জন্তুৱে মতা ডাঙৰ শ্্ব্দ
उदाहरणे : বাঘৰ গোজৰ শুনাৰ লগে লগে মানুহৰ মাজত হুৱা-দুৱা লাগিল
समानार्थी : গোজৰ
स्थापित करा