पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील উঠোৱা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

উঠোৱা   ক্ৰিয়া

अर्थ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া

उदाहरणे : ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে

अर्थ : কিছু সময় ওপৰলৈ ধৰি থকা

उदाहरणे : তেওঁ ্বোজাটো মূৰত উঠালে

अर्थ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা

उदाहरणे : তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে

समानार्थी : উঠাই দিয়া

अर्थ : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

उदाहरणे : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

समानार्थी : গঁথ্া, বনোৱা, সজা, সাজি থকা

अर्थ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা

उदाहरणे : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়

समानार्थी : জগোৱা

अर्थ : ঘৰ বা দেৱাল আদি বনোৱা

उदाहरणे : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

समानार्थी : বনোৱা, সজা

अर्थ : (সংগীত) স্বৰ তীব্র কৰা

उदाहरणे : গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে

समानार्थी : তোলা

अर्थ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা

उदाहरणे : তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়

अर्थ : স্থান ত্যাগ কৰা

उदाहरणे : তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে

अर्थ : কাৰোবাক অধিক গুৰুত্ব দিয়া

उदाहरणे : মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে

अर्थ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা

उदाहरणे : দেউতাই মোক ঝুলনাত উঠালে

अर्थ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা

उदाहरणे : চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে

समानार्थी : বহুওৱা

अर्थ : তলৰ পৰা ওপৰলৈ অনা কার্য

उदाहरणे : তেওঁ ্ দুই হাতেৰে গাগৰিটো উঠালে

समानार्थी : উঠা

अर्थ : উঠিবলৈ প্ৰবৃত্ত কৰা

उदाहरणे : চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে

समानार्थी : উঠাই দিয়া

अर्थ : বহী, কাগজ আদিত লিখা

उदाहरणे : মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে

समानार्थी : উঠাই থোৱা