पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील আপোন शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

আপোন   বিশেষ্য

अर्थ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে

उदाहरणे : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে

समानार्थी : আত্মীয়, আত্মীয়-স্বজন

আপোন   বিশেষণ

अर्थ : বহুত ওচৰৰ বা বহুত কাষৰ

उदाहरणे : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে

समानार्थी : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়

अर्थ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়

उदाहरणे : মনোহৰজী মোৰ আপোন খুৰা

समानार्थी : আত্মীয়, পৰিজন, স্বজন