सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আঘাত পোৱাৰ কাৰণে হোৱা বেদনাময় অৱস্থা বা ভাব
उदाहरणे : পিছলি পৰি যোৱাৰ কাৰণে মোহনে ভৰিত দুখ পালে
समानार्थी : দুখ
अर्थ : কাৰোবাৰ দ্বাৰা কৰা হানি বা অপকাৰ
उदाहरणे : মোহনে সোহনৰ দোকানত জুই লগাই তাৰ আর্থিকদিশত আঘাত কৰিলে
अर्थ : মৰা কার্য
उदाहरणे : তেওঁ ্মাৰ সহি সহি ঠেৰেঙা লাগিল
समानार्थी : পিতন, প্রহাৰ, মাৰ
अर्थ : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
उदाहरणे : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
समानार्थी : কোব, ঘা, চোট, জখম, প্রহাৰ, মাৰ
स्थापित करा