അർത്ഥം : ৰুমানিয়াৰ অধিবাসী
							ഉദാഹരണം : 
							ৰুমানিয়ানসকলে ভাৰতবর্ষৰ লগত ব্যৱসায় বাণিজ্য কৰিব বিচাৰে
							
പര്യായപദങ്ങൾ : ৰুমানিয়া বাসী, ৰুমানিয়া-বাসী, ৰুমানিয়াবাসী
അർത്ഥം : ৰুমানিয়াৰ বা ৰুমানিয়াৰ সৈতে সম্বন্ধ থকা
							ഉദാഹരണം : 
							ৰুমানিয়ান খেলুৱৈসকলৰ প্রদর্শন বহুত ভাল আছিল
							
അർത്ഥം : ৰুমানিয়া ভাষাৰ সৈতে সম্বন্ধিত বা ৰুমানিয়া ভাষাৰ
							ഉദാഹരണം : 
							ৰুমানিয়ান বাতৰি-কাকতত ইয়াৰ আলোচনা কৰা হৈছিল