അർത്ഥം : নিজৰ অধিকাৰলৈ বা ৰক্ষা কৰিবলৈ অনা কার্য
							ഉദാഹരണം : 
							চুবুৰীয়াৰ গহণাবোৰ মোৰ ঠাইতে ৰাখিছো  তেওঁ এজনী গাইগৰু ৰাখিছে
							
അർത്ഥം : স্থিত কৰা
							ഉദാഹരണം : 
							চন্দুকত বহুমূল্যবান বস্তুবোৰক চম্ভালি ৰখা হয়
							
അർത്ഥം : * কোনো বিশেষ উদ্দেশ্য বা ব্যৱহাৰৰ বাবে বেলেগকৈ ৰখা
							ഉദാഹരണം : 
							এই সামগ্রী পূজাৰ বাবে ৰখা হৈছে এই স্থান এক ধর্মীয় সংস্থাৰ বাবে সমর্পিত কৰা হৈছে
							
പര്യായപദങ്ങൾ : সমর্পিত কৰা
അർത്ഥം : প্রস্থান নকৰা বা আগুৱাই নোযোৱা:পথ অৱৰোধ হৈ থকাৰ কাৰণে আমি এঘণ্টা ধৰি তাত ৰৈ থাকিবলগীয়া হʼল
							ഉദാഹരണം : 
							
							
പര്യായപദങ്ങൾ : ৰৈ থকা
അർത്ഥം : কাৰোবাৰ কাৰণে ঠাই সুৰক্ষিত কৰা
							ഉദാഹരണം : 
							নাটক চাবৰ কাৰণে তেওঁ ্মোলৈ আসন ৰাখিলে
							
അർത്ഥം : গতিত বাধাৰ উৎপন্ন হোৱা কার্য
							ഉദാഹരണം : 
							মোৰ চলন্ত মটৰ চাইকেলখন হঠাৎ ৰৈ গʼল
							
പര്യായപദങ്ങൾ : আটক কৰা, গতিৰুদ্ধ হোৱা, বন্ধ হোৱা, ৰৈ যোৱা
അർത്ഥം : প্রস্তুত কৰা
							ഉദാഹരണം : 
							তেখেতে নিজৰ চিন্তাধাৰা সভাত ৰাখিলে
							
അർത്ഥം : বেয়া হʼবলৈ নিদিয়া
							ഉദാഹരണം : 
							আচাৰক তেলত ডুবাই ৰাখি বহুদিনলৈকে ৰাখিব পাৰি
							
പര്യായപദങ്ങൾ : থোৱা
അർത്ഥം : কোনো ধৰণৰ জ্ঞান, গুণ আদি মনত ধাৰণ কৰা কার্য
							ഉദാഹരണം : 
							তেওঁ বিজ্ঞানৰ বিষয়ৰ বহুত খবৰ ৰাখে