അർത്ഥം : কাৰোবাক পলুৱাই লৈ যোৱা ব্যক্তি
							ഉദാഹരണം : 
							পুলিচে অপহৰণকাৰীক বিচাৰি তালাচী চলাই আছে
							
പര്യായപദങ്ങൾ : অপহৰণকাৰী
അർത്ഥം : অপহৰণ কৰা ব্যক্তি
							ഉദാഹരണം : 
							অপহৰণকাৰীয়ে পাঁচ লাখ টকা মুক্তিপণ বিচাৰিছে
							
പര്യായപദങ്ങൾ : অপহৰণ-কর্তা, অপহৰণকাৰী