അർത്ഥം : হিন্দী ভাষাৰ প্রাৰম্ভিক স্বৰূপ
							ഉദാഹരണം : 
							হিন্দুস্তানী দিল্লীৰ আশে-পাশে কোৱা হয়
							
പര്യായപദങ്ങൾ : হিন্দুস্তানী
അർത്ഥം : ভাৰতৰ বা ভাৰতৰ সৈতে সম্বন্ধ ৰাখোতা
							ഉദാഹരണം : 
							বহুত দিনলৈকে ভাৰতীয় জনতাই গোলামৰ শিকলিত বান্ধখাই আছিল
							
പര്യായപദങ്ങൾ : ভাৰতীয়, হিন্দুস্তানী