അർത്ഥം : আয়-ব্যয় আদিৰ বিৱৰণ
							ഉദാഹരണം : 
							বেংক কর্তৃপক্ষই প্রতিমাহতে হিচাপ-নিকাচ কৰে
							
പര്യായപദങ്ങൾ : হিচাপ, হিচাব, হিচাব-নিকাচ
അർത്ഥം : কোনো বস্তু, কাম আদিৰ বিৱৰণ
							ഉദാഹരണം : 
							এই পুৰণি মন্দিৰটোৰ হিচাব-নিকাচ পূজাৰীৰ হাতত আছে
							
പര്യായപദങ്ങൾ : লেখ-জোখ, হিচাব-নিকাচ