അർത്ഥം : স্থানান্তৰিত কৰা বা এঠাইৰ পৰা অন্য এঠাইলৈ লৈ যোৱা কার্য
							ഉദാഹരണം : 
							কালিয়েই তেওঁ নিজৰ ঘৰুৱা-সামগ্রীৰ স্থানান্তৰ কৰিলে
							
അർത്ഥം : ্কোনো বিভাগ বা ঠাইৰ পৰা অধিকাৰী বা বিষয়াবর্গক অন্য কোনো ঠাই বা বিভাগলৈ পঠিওৱা কার্য
							ഉദാഹരണം : 
							এই কার্যালয়টোৰ দুজন কর্ম্্চাৰীক বদলি কৰা হৈছে
							
പര്യായപദങ്ങൾ : বদলি, স্থানান্তৰণ
അർത്ഥം : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য
							ഉദാഹരണം : 
							ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল  আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম
							
പര്യായപദങ്ങൾ : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, ৰাওনা